১০ ডিচেম্বৰ, ২০২৫ পুৱা ৮.৪০ বজাত অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতি সুঁৱৰি নগাঁও বিশ্ববিদ্যালয়ৰ শ্বহীদ বেদীত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা স্মৃতি তৰ্পণ কৰা হয়।